অসম বিধান সভাই ভৌগলিক নিদেৰ্শক থকা কাজি নেমুক 13th February 2024 তাৰিখে অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি দিয়ে। বিশেষ গুণাগুণযুক্ত এই কাজিনেমুৰ পৃথিৱীৰ অন্য ঠাইত পোৱা নেমুৰ সৈতে পৃথক হোৱা বাবে এই নেমুক অসমৰ ভৌগলিক নিদেৰ্শক (Geo-tag) প্ৰদান কৰা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top