ইংৰাজৰ শাসন অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। অসমৰ ৰজাঘৰীয়া শাসন ব্যৱস্থাৰ ওৰ পেলাই ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ অধীন হয়।