বৰ্তমান অসমৰ জিলাৰ সংখ্যা ৩১। কিন্তু ২০২২ চনৰ ৩১ ডিচেম্বৰ মাহত অসম কেবিনেটে সকলো মিলাই ৩৫ জিলা গঠনৰ সিদ্ধান্ত লৈছিল যদিও ২০২৪ চনত চাৰিখন জিলা তালিকাৰ পৰা বিলুপ্তি কৰে। প্ৰতি খন জিলা সবিশেষ জালিবলৈ তলৰ জিলাৰ নামৰ সৈতে সংলগ্ন লিংকত ক্লিক কৰক-
১) কামৰূপ জিলা
২) কামৰূপ মেট্ৰ’ জিলা
৩) কাছাৰ জিলা
৪) কাৰ্বি আংলং জিলা
৫) কৰিমগঞ্জ জিলা
৬) কোকৰঝাৰ জিলা
৭) গোৱালপাৰা জিলা
৮) গোলাঘাট জিলা
৯) চৰাইদেউ জিলা
১০) চিৰাং জিলা
১১) তিনিচুকীয়া জিলা
১২) দক্ষিন শালমাৰা (মানকাছাৰ) জিলা
১৩) ধেমাজি জিলা
১৪) ধুবুৰী জীলা
১৫) পশ্চিম কাৰ্বি আংলং জিলা
১৬) মাজুলী জিলা
১৭) নগাওঁ জিলা
১৮) নলবাৰী জিলা
১৯) বাকচা জিলা
২০) বংগাইগাওঁ
২১) বৰপেটা জিলা
২২) বিশ্বনাথ জিলা
২৩) মৰিগাওঁ
২৪) মংগলদৈ জিলা
২৫) লক্ষ্মীপুৰ জিলা
২৬) যোৰহাট জিলা
২৭) শিৱসাগৰ জিলা
২৮) শিৱসাগৰ জিলা
২৯) শোণিতপুৰ জিলা
৩০) দৰং জিলা
৩১) ডিব্ৰুগড় জিলা
৩২) ডিমা হাচাও জিলা
৩৩) হাইলাকান্দি জিলা
৩৪) ওদালগুৰি জিলা
৩৫) বজালী জিলা