বৰ্তমান অসমৰ জিলাৰ সংখ্যা ৩২। কিন্তু ২০২২ চনৰ ৩১ ডিচেম্বৰ মাহত অসম কেবিনেটে সকলো মিলাই ৩৫ জিলা গঠনৰ সিদ্ধান্ত লৈছিল যদিও ২০২৪ চনত তিনিখন জিলা ক্ৰমে হোজাই, মংগলদৈ আৰু বিশ্বনাথ জিলাৰ তালিকাৰ পৰা বিলুপ্তি কৰে। প্ৰতি খন জিলা সবিশেষ জানিবলৈ তলত দিয়া জিলাৰ নামৰ সৈতে সংলগ্ন লিংকত ক্লিক কৰক-
২) কামৰূপ মেট্ৰ’ জিলা Kamrup Metropolitan
৪) কাৰ্বি আংলং জিলা Karbi Anglong
৫) কৰিমগঞ্জ জিলা (নতুন নামঃ শ্ৰীভুমি) Karimganj (Shreebhumi)
১২) দক্ষিন শালমাৰা (মানকাছাৰ) জিলা South Salmara (ManKachar)
১৫) পশ্চিম কাৰ্বি আংলং জিলা West Karbi Anglong
১৬) মাজুলী জিলা Majuli
১৭) নগাওঁ জিলা Nagaon
১৮) নলবাৰী জিলা Nalbari
১৯) বাকচা জিলা Baksa
২২) মৰিগাওঁ Morigaon
২৭) দৰং জিলা Darrang
২৯) ডিমা হাচাও জিলা Dima Hassao